প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে বালাচাহেব থাকৰেৰ জয়ন্তীত তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰে

प्रविष्टि तिथि: 23 JAN 2024 9:22AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বালাচাহেব থাকৰেৰ জয়ন্তীত তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে বালাচাহেব থাকৰে এজন প্ৰতিভাশালী ব্যক্তি আছিল আৰু তেওঁৰ প্ৰভাৱ মহাৰাষ্ট্ৰৰ ৰাজনৈতিক আৰু সাংস্কৃতিক দৃশ্যপটত অতুলনীয় হৈ আছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছিল;

"বালাচাহেব থাকৰেজীৰ জয়ন্তীত তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিছো। তেওঁ এগৰাকীপ্ৰতিভাশালী ব্যক্তি আছিল, যাৰ প্ৰভাৱ মহাৰাষ্ট্ৰৰ ৰাজনৈতিক আৰু সাংস্কৃতিক দৃশ্যপটত অতুলনীয় হৈ আছে। তেওঁৰ নেতৃত্ব, আদৰ্শৰ প্ৰতি সমৰ্পণ আৰু দৰিদ্ৰ তথা দলিত লোকসকলৰ হকে মাত মতাৰ প্ৰতিশ্ৰুতিৰ বাবে অগণন লোকৰ হৃদয়ত তেওঁ অমৰ হৈ আছে।"

*********

 

DS/ST/NB/AT


(रिलीज़ आईडी: 1998775) आगंतुक पटल : 107
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Bengali-TR , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam