প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে কেৰালাৰ ত্ৰিপ্ৰয়াৰত শ্ৰী ৰামাস্বামী মন্দিৰত দৰ্শন আৰু পূজা-অৰ্চনা কৰে

Posted On: 17 JAN 2024 5:44PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ ত্ৰিপ্ৰয়াৰত শ্ৰী ৰামাস্বামী মন্দিৰত দৰ্শন আৰু পূজা-অৰ্চনা কৰে। শ্ৰী মোদীয়ে সাংস্কৃতিক উপস্থাপনো পৰিদৰ্শন কৰি শিল্পী আৰু বাটুকসকলক সম্বৰ্ধনা জনায়।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:

“ত্ৰিপ্ৰয়াৰ শ্ৰী ৰামাস্বামী মন্দিৰত প্ৰাৰ্থনা আগবঢ়ালোঁ। মালয়ালম ভাষাত শ্ৰী আধ্যাত্ম ৰামায়ণৰ শ্লোক আৰু অন্যান্য গীত শুনাটোও অতি বিশেষ আছিল।”

**********

DS/TS



(Release ID: 1997374) Visitor Counter : 64