প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ভগৱান শ্ৰীৰামৰ ওড়িয়া ভক্তিমূলক ভজন ‘অযোধ্যা নগৰী নাচে ৰামংকু পায়’ শ্বেয়াৰ কৰিছে

प्रविष्टि तिथि: 18 JAN 2024 11:07AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সৰোজ ৰথে ৰচনা আৰু নমিতা আগৰৱালাই কণ্ঠদান কৰা “অযোধ্যা নগৰী নাচে ৰামংকু পায়” শীৰ্ষক ভগৱান শ্ৰীৰামৰ ওড়িয়া ভক্তিমূলক ভজন শ্বেয়াৰ কৰিছে।


এটা এক্স প’ষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;


“ভাৰতৰ প্ৰতিটো প্ৰান্ততে প্ৰভু শ্ৰীৰামৰ প্ৰতি ভক্তি নিবেদন কৰা হয়। প্ৰতিটো ভাষাতে তেওঁৰ ভক্তিমূলক একাধিক সুৰীয়া ভজন বিদ্যমান। ওড়িয়াতো এনে এক প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে...

#ShriRamBhajan”

*****

DS/ST/SB
 


(रिलीज़ आईडी: 1997224) आगंतुक पटल : 105
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , Marathi , हिन्दी , Bengali , Bengali-TR , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada