প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
গিফট চিটীত গ্ল’বেল ফিনটেক ফ’ৰামত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
10 JAN 2024 9:48PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গিফট চিটীত গ্ল’বেল ফিনটেক ফ’ৰামত অংশগ্ৰহণ কৰে।
টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয়:
“গিফট চিটীত আজি গ্ল’বেল ফিনটেক ফ’ৰামত অংশগ্ৰহণ কৰিলোঁ। ডিজিটেল অৰ্থনীতিৰ সৈতে জড়িত উদ্ভাৱনীমূলক সমাধানৰ বিষয়ে আলোচনা কৰিবলৈ বিত্ত আৰু প্ৰযুক্তি খণ্ডৰ উজ্জ্বল মনৰ এক বৃহৎ সমাৱেশ হয়। ফিনটেকে আমাৰ পৃথিৱীখনক কেনেকৈ নতুন ৰূপ দিছে সেয়া প্ৰত্যক্ষ কৰাটো সঁচাকৈয়ে ৰোমাঞ্চকৰ।”
***
DS/DB
(रिलीज़ आईडी: 1996481)
आगंतुक पटल : 111
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu