প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে তেওঁৰ লাক্ষাদ্বীপৰ অভিজ্ঞতা ভাগ-বতৰা কৰে
प्रविष्टि तिथि:
04 JAN 2024 3:49PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লাক্ষাদ্বীপৰ তেওঁৰ অভিজ্ঞতা ভাগ-বতৰা কৰে আৰু দ্বীপটোৰ জনসাধাৰণক তেওঁলোকৰ আতিথ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে:
"শেহতীয়াকৈ, মই লাক্ষাদ্বীপবাসীৰ মাজত থকাৰ সুযোগ পালোঁ। মই এতিয়াও এই দ্বীপসমূহৰ স্তম্ভিত কৰি দিয়া সৌন্দৰ্য আৰু তাৰ লোকসকলৰ চমকপ্ৰদ উষ্ণতাৰে অভিভূত। মই আগট্টি, বঙ্গাৰাম আৰু কাৱৰাট্টিত তাৰ মানুহৰ সৈতে মত বিনিময়ৰ সুযোগ পালোঁ। মই দ্বীপটোৰ জনসাধাৰণক তেওঁলোকৰ আতিথ্যৰ বাবে ধন্যবাদ জনাইছোঁ। ইয়াত কিছুমান দৃশ্যাংশ আছে, য'ত লাক্ষাদ্বীপৰ আকাশৰ পৰা লোৱা দৃশ্যও আছে…"
**********
DS/RT
(रिलीज़ आईडी: 1993898)
आगंतुक पटल : 123
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam