প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভাৰত আৰু চৌদি আৰৱৰ কৌশলগত অংশীদাৰিত্বৰ ভৱিষ্যৎ সন্দৰ্ভত এইচআৰএইচ প্ৰিন্স মহম্মদ বিন ছলমান বিন আব্দুল আজিজ আল চৌদৰে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

দুয়োগৰাকী নেতাৰ পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত মত-বিনিময় আৰু সন্ত্ৰাসবাদ, হিংসা আৰু সাধাৰণ নাগৰিকৰ প্ৰাণহানি সন্দৰ্ভত উদ্বেগ প্ৰকাশ

পোষ্ট কৰা হৈছে: 26 DEC 2023 7:48PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত আৰু চৌদি আৰৱৰ কৌশলগত অংশীদাৰিত্বৰ ভৱিষ্যৎ সন্দৰ্ভত এইচআৰএইচ প্ৰিন্স মহম্মদ বিন ছলমান বিন আব্দুল আজিজ আল চৌদৰ সৈতে বাৰ্তালাপ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ

“ভাৰত আৰু চৌদি আৰৱৰ কৌশলগত অংশীদাৰিত্বৰ ভৱিষ্যৎ সন্দৰ্ভত মোৰ ভ্ৰাতৃ এইচআৰএইচ প্ৰিন্স মহম্মদ বিন ছলমান বিন আব্দুল আজিজ আল চৌদৰ সৈতে কথা পাতিলোঁ। আমি পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত মত-বিনিময় আৰু সন্ত্ৰাসবাদ, হিংসা আৰু সাধাৰণ নাগৰিকৰ প্ৰাণহানি সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰোঁ। আমি অঞ্চলটোৰ শান্তি, নিৰাপত্তা আৰু সুস্থিৰতাৰ বাবে একেলগে কাম কৰিবলৈ সন্মতি প্ৰকাশ কৰোঁ।”

***

DS/TS/SB


(ৰিলিজ আই ডি : 1991457) অতিথি কক্ষ : 112