প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ইজিপ্টৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰা বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহামহিম আব্দেলফাটাহ এলছিছিক অভিনন্দন জনায়

পোষ্ট কৰা হৈছে: 18 DEC 2023 10:28PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইজিপ্টৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰা বাবে মহামহিম আব্দেলফাটাহ এলছিছিক অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে:

"উষ্ম অভিনন্দন, মহামহিম আব্দেলফাটাহ এলছিছি, ৰাষ্ট্ৰপতি নিৰ্বাচনত আপোনাৰ জয়ৰ বাবে। ভাৰত-ইজিপ্ট ৰণনীতিগত বন্ধুত্ব অধিক গভীৰ কৰিবলৈ আপোনাৰ সৈতে কাম কৰিবৰ বাবে অপেক্ষাৰত।"

**********

 

DS/TS


(ৰিলিজ আই ডি : 1988189) অতিথি কক্ষ : 97