প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কুৱেইটৰ মহামান্য শ্বেখ নৱাফ অল-আহমেদ অল-জাবেৰ অল-সাবাহৰ মৃত্যুত সমবেদনা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 16 DEC 2023 9:39PM by PIB Guwahati

মহামান্য শ্বেখ নৱাফ অল-আহমেদ অল-জাবেৰ অল-সাবাহৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ ৰাজপৰিয়াল, নেতৃত্ব আৰু কুৱেইটৰ জনসাধাৰণলৈ সমবেদনা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত প্ৰেৰণ কৰা ‘পোষ্ট’ত কয়:

"মহামান্য শ্বেখ নৱাফ অল-আহমেদ অল-জাবেৰ অল-সাবাহৰ দুৰ্ভাগ্যজনক মৃত্যুৰ বাতৰি পায় বাৰুকৈয়ে ব্যথিত হৈছোঁ। আমি ৰাজপৰিয়াল, নেতৃত্ব আৰু কুৱেইটৰ জনসাধাৰণলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।"

 

***

DS/KB


(रिलीज़ आईडी: 1987600) आगंतुक पटल : 127
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam