প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পোলেণ্ডৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত মহামহিম ড’নাল্ড টাস্কক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
14 DEC 2023 1:08PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহামহিম ড’নাল্ড টাস্কক পোলেণ্ডৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ
“অভিনন্দন মহামহিম ড’নাল্ড টাস্ক। আপুনি পোলেণ্ডৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জনালোঁ।
আপোনাৰ সৈতে ভাৰত আৰু পোলেণ্ডৰ মাজৰ দীৰ্ঘদিনীয়া আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক সুদৃঢ়কৰণৰ অৰ্থে একেলগে কাম কৰিবলৈ মই আগ্ৰহী হৈ উঠিছোঁ।”
***
DS/TS/SB
(रिलीज़ आईडी: 1986668)
आगंतुक पटल : 104
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam