প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২০০১ চনত সংসদত সংঘটিত আক্ৰমণত শ্বহীদ হোৱা সাহসী নিৰাপত্তাৰক্ষীক আন্তৰিক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ
Posted On:
13 DEC 2023 9:47AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০০১ চনত সংসদত সংঘটিত আক্ৰমণত শ্বহীদ হোৱা সাহসী নিৰাপত্তাৰক্ষী জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে৷
টুইটাৰৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;
“আজি আমি ২০০১ চনত সংসদত সংঘটিত আক্ৰমণত শ্বহীদ হোৱা সাহসী নিৰাপত্তাৰক্ষী জোৱানসকলৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো৷ বিপদৰ সময়ত তেওঁলোকৰ সাহস আৰু ত্যাগ আমাৰ দেশৰ স্মৃতিত চিৰদিনৰ বাবে খোদিত হৈ থাকিব৷”
*****
DS/TS/DB
(Release ID: 1985750)
Read this release in:
Marathi
,
Tamil
,
Kannada
,
Malayalam
,
Bengali
,
Odia
,
English
,
Urdu
,
Hindi
,
Manipuri
,
Punjabi
,
Gujarati
,
Telugu