প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
স্পেইনৰ প্ৰধানমন্ত্ৰী হিচাপে পুনৰ নিৰ্বাচিত হোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে পেড্ৰ’ ছানচেজক অভিনন্দন জনাইছে
Posted On:
17 NOV 2023 6:57PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেড্ৰ’ ছানচেজক স্পেইনৰ প্ৰধানমন্ত্ৰী হিচাপে পুনৰ নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।
এক্স পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;
“স্পেইন চৰকাৰৰ প্ৰেছিডেণ্ট হিচাপে পুনৰ নিৰ্বাচিত হোৱাৰ বাবে @SanchezCastejon লৈ উষ্ম অভিনন্দন। ভাৰত-স্পেইনৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ বাবে, এক উজ্জ্বল ভৱিষ্যতৰ বাবে আমাৰ বন্ধুত্ব আৰু সহযোগিতাৰ বান্ধোন অব্যাহত ৰাখিবলৈ অপেক্ষাৰত।”
**********
Dhiraj Singh/Siddhant Tiwari
(Release ID: 1984918)
Visitor Counter : 103
Read this release in:
Kannada
,
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam