প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস উপলক্ষে দেশৰ বীৰ জোৱানসকলৰ সাহস, দায়বদ্ধতা আৰু ত্যাগৰ প্ৰতি শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

Posted On: 07 DEC 2023 1:56PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস উপলক্ষে দেশৰ বীৰ জোৱানসকলৰ সাহস, দায়বদ্ধতা আৰু ত্যাগৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“আজি সশস্ত্ৰ বাহিনীৰ পতাকা দিৱসত আমি আমাৰ বীৰ জোৱানসকলৰ সাহস, দায়বদ্ধতা আৰু ত্যাগক শ্ৰদ্ধা জনাইছো৷ আমাৰ দেশৰ সুৰক্ষাত তেওঁলোকৰ সমৰ্পন অতুলনীয়৷ মই সকলোকে সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস পুঁজিলৈ সকলোকে বৰঙণি আগবঢ়াবলৈ আহ্বান জনাইছো৷”

***

DS/TS/DB



(Release ID: 1983472) Visitor Counter : 49