প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মেৰী মাটি মেৰা দেশৰ পদক্ষেপক প্ৰচাৰৰ বাবে জড়িত সকলোৰে প্ৰচেষ্টাৰ শলাগ ল’লে প্ৰধানমন্ত্ৰীয়ে
সাবিত্ৰীবাই ফুলে পুনে বিশ্ববিদ্যালয়ৰ উদ্যোগত মেৰী মাটি মেৰা দেশৰ পদক্ষেপৰ অধীনত মেৰী মাটি অভিযানৰ সৈতে ছেলফি
प्रविष्टि तिथि:
10 NOV 2023 8:10PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মেৰী মাটি মেৰা দেশৰ পদক্ষেপক প্ৰচাৰৰ বাবে জড়িত সকলোৰে প্ৰচেষ্টাৰ শলাগ লৈছে৷
সাবিত্ৰীবাই ফুলে পুনে বিশ্ববিদ্যালয়ৰ উদ্যোগত মেৰী মাটি মেৰা দেশৰ পদক্ষেপৰ অধীনত মেৰী মাটি অভিযানৰ সৈতে ছেলফি শীৰ্ষক এক কাৰ্যসূচী আয়োজন কৰা হৈছে৷
এই অভিযানত ৪০খন বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৭,০০০ মহাবিদ্যালয়ৰ ২৫ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷ ইমান সংখ্যক লোকৰ অংশগ্ৰহণৰ বাবে এই অভিযানে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত স্থান পাবলৈ স৭ম হয়।
এই অভিযান সন্দৰ্ভত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী একনাথ সিন্দেৰ টুইটাৰ থ্ৰেডৰ উত্তৰত মাৰাঠী ভাষাত প্ৰধানমন্ত্ৰীয়ে কয়;
“या प्रयत्नामध्ये सहभागी असलेल्या सर्वांची मी प्रशंसा करतो, ज्यांनी #MeriMaatiMeraDesh चळवळीला मोठ्या प्रमाणावर चालना दिली आहे आणि एका प्रकारे राष्ट्रीय अभिमान आणि एकात्मतेच्या भावनेला प्रोत्साहित केले आहे.”
*******
Dhiraj Singh/Siddhant Tiwari/DB
(रिलीज़ आईडी: 1977361)
आगंतुक पटल : 115
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada