প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গুজৰাটী নৱবৰ্ষ উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

Posted On: 14 NOV 2023 10:57AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটী নৱবৰ্ষ উপলক্ষে সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছে৷

সমগ্ৰ বিশ্বত যিসকলে নতুন বছৰ উদযাপন কৰিছে, তেওঁলোকলৈ শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “এই বছৰটো এটা বিশেষ বছৰ, কাৰণ আপোনালোক সকলোৱে ভোকেল ফৰ লোকেল অভিযানক অভূতপূৰ্ব ৰূপত সফল কৰি তুলিছে৷”

স্থানীয় লোকৰ উৎপাদিত সামগ্ৰী ক্ৰয় কৰি নতুন বছৰটো ইয়াৰ নতুন আলোকেৰে উজ্বলাই তুলিছে৷

আহক, এখন উন্নত ভাৰত গঢ় দিয়াৰ বাবে অনাগত বছৰসমূহত সমান উৎসাহেৰে স্থানীয় লোকৰ সামগ্ৰী ক্ৰয় কৰিবলৈ আমি সকলো প্ৰতিশ্ৰুতিবদ্ধ হও৷

শ্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰৰ এক পোষ্টত কয়ঃ

“সমগ্ৰ বিশ্বতে নৱবৰ্ষ উদযাপন কৰা মোৰ পৰিয়ালৰ সকলো সদস্যলৈ নতুন বছৰৰ শুভেচ্ছা জনাইছো। এই বছৰটো এটা বিশেষ বছৰত পৰিণত হৈছে কাৰণ আপোনালোক সকলোৱে ভোকেল ফৰ লোকেল অভিযানক অভূতপূৰ্ব ৰূপত সফল কৰি তুলিছে। স্থানীয় লোকৰ উৎপাদিত সামগ্ৰী ক্ৰয় কৰি নতুন বছৰটো ইয়াৰ নতুন আলোকেৰে উজ্বলাই তুলিছে৷ আহক, এখন উন্নত ভাৰত গঢ় দিয়াৰ বাবে অনাগত বছৰসমূহত সমান উৎসাহেৰে স্থানীয় লোকৰ সামগ্ৰী ক্ৰয় কৰিবলৈ আমি সকলো প্ৰতিশ্ৰুতিবদ্ধ হও৷”

******

Dhiraj Singh/DB



(Release ID: 1976825) Visitor Counter : 70