প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আচাৰ্য জে বি কৃপালানীৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
11 NOV 2023 10:16AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আচাৰ্য জে বি কৃপালানীৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰি লিখিছে;
‘আচাৰ্য জে বি কৃপালানীক তেখেতৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জনাইছোঁ। ঔপনিৱেশিকতাৰ বিৰুদ্ধে ভাৰতৰ যুঁজৰ প্ৰকৃত যোদ্ধা হিচাপে তেওঁক জনা যায়। গণতন্ত্ৰ আৰু সামাজিক সমতা শক্তিশালী কৰাৰ বাবে তেওঁৰ অক্লান্ত কৰ্মৰাজিয়ে আমাৰ দেশৰ প্ৰগতিত স্থায়ী চিহ্ন খোদিত কৰি গৈছে। তেওঁৰ জীৱন আৰু কাম সদায়েই স্বাধীনতা আৰু ন্যায়ৰ মূল্যবোধক বজাই ৰখাৰ স্বাৰ্থত থিয় দিছিল।”
***
Dhiraj Singh/Siddhant Tiwari
(रिलीज़ आईडी: 1976458)
आगंतुक पटल : 137
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Gujarati
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam