প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ভূটানৰ ৰজা জিগমে খেছাৰ নামগায়েল ৱাংচুকক সাক্ষাৎ কৰে

Posted On: 06 NOV 2023 11:30PM by PIB Guwahati

ভূটানৰ ৰজা জিগমে খেছাৰ নামগায়েল ৱাংচুকক ভাৰতলৈ আন্তৰিক আদৰণি জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এক্স পোষ্টত প্ৰধানমন্ত্ৰীয়ে এইদৰে উল্লেখ কৰে;

"ভূটানৰ ৰজা জিগমে খেছাৰ নামগায়েল ৱাংচুকক ভাৰতলৈ স্বাগতম জনাই আনন্দিত হৈছোঁ। ভাৰত-ভূটান সম্পৰ্কৰ অনন্য আৰু অনুকৰণীয় বিভিন্ন দিশৰ ওপৰত আমি খুব ভাল আৰু ইতিবাচক আলোচনা কৰিছোঁ। ভূটানৰ বন্ধুত্বপূৰ্ণ জনসাধাৰণৰ বিকাশ আৰু কল্যাণৰ বাবে ৰজাৰ দৃষ্টিভংগীক গভীৰভাৱে শ্ৰদ্ধা জনাইছোঁ।"

***************

 

DS/ST/KG



(Release ID: 1975544) Visitor Counter : 58