প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান পেৰা গেমছত পুৰুষৰ শ্বট পুটত মনুৰ ব্ৰঞ্জৰ পদক লাভ, প্ৰধানমন্ত্ৰীৰ অভিনন্দন

পোষ্ট কৰা হৈছে: 27 OCT 2023 6:49PM by PIB Guwahati

চীনৰ হাংঝৌত চলি থকা এছিয়ান পেৰা গেমছত পুৰুষৰ শ্বট পুট - F37 ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মনুক অভিনন্দন জনায়।

তেওঁ মনুৰ অবিশ্বাস্য শক্তিক প্ৰশংসা কৰি কয় যে তেওঁৰ দক্ষতাই আজি সমগ্ৰ দেশকে গৌৰৱান্বিত কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:

“এছিয়ান পেৰা গেমছত পুৰুষৰ শ্বট পুট - F37 ত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে মানুক অভিনন্দন।

তেওঁৰ অদমনীয় শক্তি আৰু দক্ষতাই আমাৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জনাইছোঁ।”

*****

DS/RT


(ৰিলিজ আই ডি : 1972974) অতিথি কক্ষ : 129