প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান পেৰা গেমছত পুৰুষৰ জেভলিন থ্ৰ’ত স্বৰ্ণ জয় কৰাৰ বাবে নীৰজ যাদৱক অভিনন্দন জনায় প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 28 OCT 2023 11:26AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাংঝৌ ‘এছিয়ান পেৰা গে’মছ’ত পুৰুষৰ ‘জেভেলিন থ্ৰ’-এফ ৫৫ প্ৰতিযোগিতা’ত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে নীৰজ যাদৱক অভিনন্দন জ্ঞাপন কৰে।  

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:

"এছিয়ান পেৰা গে’মছ’ত পুৰুষৰ ‘জেভেলিন থ্ৰ’-এফ ৫৫’-ত অসাধাৰণ পৰদৰ্শিতাৰে সোণৰ পদক জয় কৰাৰ বাবে নীৰজ যাদৱক আন্তৰিক অভিনন্দন জনাইছোঁ।

নীৰজৰ দ্বিতীয়টো স্বৰ্ণ পদক জয় দৰাচলতেই এক ঐতিহাসিক সাফল্য। আগন্তুক প্ৰচেষ্টাসমূহৰ বাবে শুভকামনা জনাইছোঁ।"

****

DS/RT/KB


(रिलीज़ आईडी: 1972698) आगंतुक पटल : 109
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam