প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান পেৰা গেমছ ২০২২ত পুৰুষৰ হাই জাম্প টি৬৩ ইভেণ্টত ৰূপৰ পদক লাভ কৰাৰ বাবে মৰিয়াপ্পান থাংগাভেলুক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
23 OCT 2023 1:15PM by PIB Guwahati
চীনৰ হাংঝুত অনুষ্ঠিত এছিয়ান পেৰা গেমছ ২০২২ত পুৰুষৰ হাই জাম্প টি ৬৩ ইভেণ্টত ৰূপৰ পদক লাভ কৰা মৰিয়াপ্পান থাংগাভেলুক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে, “এছিয়ান পেৰা গেমছত তেওঁৰ উজ্জ্বল প্ৰদৰ্শনৰ বাবে মৰিয়াপ্পান থাংগাভেলুক বহুত অভিনন্দন! পুৰুষৰ হাই জাম্প টি ৬৩ ইভেণ্টত ৰূপৰ পদক লাভ কৰাটো তেওঁৰ অবিশ্বাস্য প্ৰতিভা আৰু দৃঢ়তাৰ প্ৰমাণ। তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা থাকিল।”
***
DS/TS/MS
(रिलीज़ आईडी: 1972518)
आगंतुक पटल : 111
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada