প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান পেৰা গেমছ, ২০২২ত মহিলাৰ ডাবলছ কম্পাউণ্ড ইভেন্টত ৰূপৰ পদক লাভ কৰা পেৰা আৰ্চাৰ শীতল দেৱী আৰু সৰিতাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
25 OCT 2023 6:54PM by PIB Guwahati
চীনৰ হাংঝুত অনুষ্ঠিত এছিয়ান পেৰা গেমছ, ২০২২ত মহিলাৰ ডাবলছ কম্পাউণ্ড ইভেন্টত ৰূপৰ পদক লাভৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰা আৰ্চাৰ শীতল দেৱী আৰু সৰিতাক অভিনন্দন জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ
“মহিলাৰ ডাবলছ কম্পাউণ্ড ইভেন্টত ৰূপৰ পদক লাভৰ বাবে আমাৰ পেৰা আৰ্চাৰ শীতল দেৱী আৰু সৰিতাক অভিনন্দন জনালোঁ। ভাৰতে এই সফলতাক উদযাপন কৰিছে।”
*****
DS/TS/SB/BM
(रिलीज़ आईडी: 1972297)
आगंतुक पटल : 117
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Tamil
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam