প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে এছিয়ান পেৰা গেমছ ২০২২ত মহিলাৰ লং জাম্প টি৪৭ ফাইনেল ইভেণ্টত নিমিষাৰ স্বৰ্ণ পদক জয়ত সন্তুষ্টি প্ৰকাশ কৰে
प्रविष्टि तिथि:
25 OCT 2023 7:52PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত আয়োজিত এছিয়ান পেৰা গেমছ ২০২২ত মহিলাৰ লং জাম্প টি৪৭ ফাইনেল ইভেণ্টত স্বৰ্ণ পদক জয়ত নিমিষাক অভিনন্দন জনায়।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে:
"এছিয়ান পেৰা গেমছত মহিলাৰ লং জাম্প টি৪৭ ফাইনেল ইভেণ্টত স্বৰ্ণ পদক জয় কৰাত নিমিষাক বহুত-বহুত অভিনন্দন। এই জয়ে আমাক গৌৰৱ আৰু প্ৰেৰণাৰে ভৰাই দিছে। তেওঁৰ অনাগত প্ৰয়াসৰ বাবে শুভকামনা।"
**********
DS/TS
(रिलीज़ आईडी: 1971743)
आगंतुक पटल : 129
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada