প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

এছিয়ান পেৰা গেমছ ২০২২ত বেডমিণ্টনৰ মহিলাৰ ছিংগলছত বৈষ্ণৱী পুনেয়ানীৰ ব্ৰঞ্জৰ পদক উদযাপন প্ৰধানমন্ত্ৰীৰ

Posted On: 25 OCT 2023 7:54PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছ ২০২২ত বেডমিণ্টনৰ মহিলাৰ ছিংগলছত ব্ৰঞ্জৰ পদক অৰ্জনৰ বাবে বৈষ্ণৱী পুনেয়ানীক অভিনন্দন জ্ঞাপন কৰিছে৷

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“এছিয়ান পেৰা গেমছ ২০২২ত বেডমিণ্টনৰ মহিলাৰ ছিংগলছত ব্ৰঞ্জৰ পদক অৰ্জনৰ বাবে বৈষ্ণৱী পুনেয়ানীক অভিনন্দন জ্ঞাপন কৰিছো৷ এই অসাধাৰণ সাফল্যই তেওঁৰ সমৰ্পণ আৰু দৃঢ়তাক প্ৰতিপন্ন কৰিছে৷”

***

DS/TS/DB



(Release ID: 1971741) Visitor Counter : 64