প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

এছিয়ান পেৰা গেমছ ২০২২ত পুৰুষৰ জেভেলিন থ্ৰো-এফ৩৭ ইভেণ্টত হেনিৰ স্বৰ্ণ পদক বিজয়ত প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে

Posted On: 25 OCT 2023 4:42PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছ ২০২২ত পুৰুষৰ জেভেলিন থ্ৰো-এফ৩৭ প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে হেনিক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:

"এছিয়ান পেৰা গেমছত পুৰুষৰ জেভেলিন থ্ৰো-এফ৩৭ত স্বৰ্ণ পদক অৰ্জন কৰি হেনিয়ে এক অসাধৰণ সফলতা অৰ্জন কৰিছে!

তেওঁৰ অতুলনীয় দক্ষতাই ভাৰতবাসীক সীমাহীন আনন্দ দিয়াৰ লগতে গৌৰৱান্বিত কৰিছে। তেওঁৰ আগন্তুক দিনৰ বাবে শুভকামনা।"

************

DS/TS/KG



(Release ID: 1971469) Visitor Counter : 64