প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

এছিয়ান পেৰা গেমছ ২০২২ত মহিলাৰ আৰ২ ১০ মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ড এছএইচ১ ইভেন্টত স্বৰ্ণ পদক লাভ কৰা অৱনী লেখাৰাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

Posted On: 23 OCT 2023 6:27PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝুত অনুষ্ঠিত এছিয়ান পেৰা গেমছ, ২০২২ত মহিলাৰ আৰ২ ১০ মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ড এছএইচ১ ইভেন্টত স্বৰ্ণ পদক লাভ কৰা অৱনী লেখাৰাক অভিনন্দন জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ

“মহিলাৰ আৰ২ ১০ মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ড এছএইচ১ এছিয়ান পেৰা গেমছ ইভেন্টত সোণৰ পদক লাভৰ বাবে অৱনী লেখাৰাক অভিনন্দন জনাইছোঁ। অবিশ্বাস্য দক্ষতা আৰু দৃঢ়তাৰ ফলশ্ৰুতিত তেওঁ জিলিকি উঠিছে, আমাৰ ৰাষ্ট্ৰখনলৈ আকৌ এবাৰ গৌৰৱ কঢ়িয়াই আনিছে! তেওঁৰ আগন্তুক প্ৰচেষ্টাৰাজিৰ বাবে শুভকামনা জনালোঁ।”

***

DS/TS/SB



(Release ID: 1971417) Visitor Counter : 62