প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান পেৰা গেমছ ২০২২ত মহিলা পেৰা কেন’ কেএল২ ইভেণ্টত প্ৰাচী যাদৱৰ স্বৰ্ণজয়, প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

प्रविष्टि तिथि: 24 OCT 2023 1:07PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌচলি থকা এছিয়ান পেৰা গেমছ ২০২২ত মহিলা পেৰা কেন’ কে এল ২ ইভেণ্টত স্বৰ্ণ পদক লাভ কৰাৰ বাবে প্ৰাচী যাদৱক অভিনন্দন জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত এটা পোষ্টত লিখিছে -
পেৰা কেন’ মহিলা কে এল ২ ইভেণ্টত সন্মানীয় স্বৰ্ণ পদক জয় কৰাৰ বাবে প্ৰাচী যাদৱলৈ অভিনন্দন। এয়া আছিল এনে এক ব্যতিক্ৰমী প্ৰদৰ্শন, যিয়ে ভাৰতক গৌৰৱান্বিত কৰি তুলিছে। আগন্তুক প্ৰচেষ্টাৰ বাবে শুভকামনা।

******

DS/ST


(रिलीज़ आईडी: 1971410) आगंतुक पटल : 111
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , Bengali , English , Urdu , Marathi , हिन्दी , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada