প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘এছিয়ান পেৰা গে’মছ ২০২২’ ত মহিলাৰ ‘১০০ মিটাৰ টি-১২ প্ৰতিযোগিতা’ত চিমৰণ ভাটছে ৰূপৰ পদক লাভৰ সাফল্য উদযাপন কৰে প্ৰধানমন্ত্ৰীয়ে

Posted On: 24 OCT 2023 1:10PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত অনুষ্ঠিত ‘এছিয়ান পেৰা গে’মছ ২০২২’ত মহিলাৰ ‘১০০ মিটাৰ টি-১২ প্ৰতিযোগিতা’ত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে চিমৰণ ভাটছক অভিনন্দন জ্ঞাপন কৰে।

 

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত কৰা ‘পোষ্ট’-ত কয়:

 

"মহিলাৰ ‘১০০ মিটাৰ টি-১২ প্ৰতিযোগিতা’ত চিমৰণ ভাটছে এক আশ্চৰ্যকৰ প্ৰদৰ্শনেৰে ৰূপৰ পদক লাভ কৰিছে। এই সুন্দৰ বিজয়ৰ বাবে তেওঁক অভিনন্দন জনাইছোঁ।

 

এই উৎকৃষ্ট প্ৰদৰ্শন হৈছে তেওঁৰ নিষ্ঠা আৰু প্ৰতিভাৰ প্ৰমাণ।"


 


***


DS/TS/KB/BM



(Release ID: 1970588) Visitor Counter : 52