প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান পেৰা গেমছ ২০২২ ত পুৰুষৰ পেৰা কেনো কেএল৩ ইভেণ্টত মনীষ কৌৰৱৰ ব্ৰঞ্জ পদক বিজয়ত প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে

प्रविष्टि तिथि: 24 OCT 2023 1:05PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছ ২০২২ত পুৰুষৰ পেৰা কেনো কেএল৩ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে মনীষ কৌৰৱক অভিনন্দন জ্ঞাপন কৰে।

 

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

 

"এছিয়ান পেৰা গেমছত পেৰা কেনো পুৰুষৰ কেএল৩ ইভেণ্টত অভূতপূৰ্ব প্ৰদৰ্শন আৰু ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে মনীষ কৌৰৱক অভিনন্দন জনাইছোঁ। এয়া এক অসাধাৰণ সাফল্য, তেওঁৰ নিষ্ঠাৰ ফল!"


 

*************************

DS/TS/KG/BM


(रिलीज़ आईडी: 1970586) आगंतुक पटल : 124
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada