প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান পেৰা গেমছ ২০২২ ত পুৰুষৰ হাই জাম্প টি৪৭ ইভেণ্টত নিশাদ কুমাৰৰ সোণৰ পদক বিজয়ত আনন্দ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে
Posted On:
23 OCT 2023 5:39PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছ ২০২২ত পুৰুষৰ হাই জাম্প টি-৪৭ প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে নিশাদ কুমাৰক অভিনন্দন জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:
"পুৰুষৰ হাই জাম্প টি-৪৭ত সন্মানীয় স্বৰ্ণ পদক জয়ৰ বাবে নিশাদ কুমাৰক আন্তৰিক অভিনন্দন। তেওঁ দৃঢ় সংকল্প আৰু অতুলনীয় দক্ষতা প্ৰদৰ্শন কৰিছে। সমগ্ৰ দেশে এই ঐতিহাসিক সাফল্যক অতি গৌৰৱ আৰু আনন্দেৰে উদযাপন কৰিছে।"
*************************
DS/TS/KG
(Release ID: 1970582)
Read this release in:
Kannada
,
Malayalam
,
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu