প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মমতাৰ প্ৰতীক দেৱী স্কন্দমাতাৰ আশীৰ্বাদ বিচাৰিলে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
19 OCT 2023 9:00AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মমতাৰ প্ৰতীক দেৱী স্কন্দমাতাৰ সকলো ভক্তৰ বাবে তেওঁৰ আশীৰ্বাদ বিচাৰে।
এই উপলক্ষে তেওঁ নিজে গোৱা দেৱীৰ এক প্ৰাৰ্থনা(স্তুতি)ৰ শ্বেয়াৰ কৰে।
টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;
“নৱৰাত্ৰিত আজি মমতাৰ প্ৰতীক দেৱী স্কন্দমাতাৰ বিশেষ পূজা হয়। দেৱী মায়ে তেওঁৰ সকলো উপাসকক নৱচেতনা আৰু নৱসৃষ্টিৰ আশীৰ্বাদ দিয়ক, এয়ে প্ৰাৰ্থনা।”
***
DB/BM
(ৰিলিজ আই ডি : 1969004)
অতিথি কক্ষ : 150
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali-TR
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam