প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘নৱৰাত্ৰি’ৰ চতুৰ্থ দিনা ‘মা কুশমাণ্ডা’লৈ প্ৰধানমন্ত্ৰীৰ প্ৰণিপাত

Posted On: 18 OCT 2023 9:16AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘নৱৰাত্ৰি’ৰ চতুৰ্থ দিনা নাগৰিকসকলৰ কল্যাণ কামনাৰে ‘মা কুশমাণ্ডা’ৰ চৰণত প্ৰণিপাত জনাইছে।

শ্ৰী মোদীয়ে দেৱীৰ প্ৰাৰ্থনা (স্তুতি)ৰ আবৃত্তিও সহভাগ কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’-ত কৰা ‘পোষ্ট’ত প্ৰধানমন্ত্ৰীয়ে কয়;

"নৱৰাত্ৰি’ৰ চতুৰ্থ দিনটো হৈছে মা কুশমাণ্ডাৰ উপাসনাৰ পৱিত্ৰ দিন। মই মোৰ পৰিয়ালৰ সকলো সদস্যৰ কল্যাণৰ বাবে দেৱী মাৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। "

                                                               

***

DS/ST/KB/BM



(Release ID: 1968661) Visitor Counter : 78