প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ফ্ৰান্সৰ মহাকাশচাৰীৰ ভাৰত ভ্ৰমণৰ বাবে আনন্দিত প্ৰধানমন্ত্ৰী

Posted On: 15 OCT 2023 5:33PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ মহাকাশচাৰী থমাছ পেস্কেটৰ ভাৰত ভ্ৰমণৰ বাবে আনন্দ প্ৰকাশ কৰে।

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“থমাছ পেস্কেট ভাৰতলৈ আহি আমাৰ যুৱক-যুৱতীসকল, বিশেষকৈ বিজ্ঞান, মহাকাশ আৰু উদ্ভাৱনৰ ক্ষেত্ৰত জড়িতসকলৰ স্পন্দন আৰু গতিশীলতা অনুভৱ কৰাত আনন্দিত হৈছো।”

***

DB/BM



(Release ID: 1968271) Visitor Counter : 70