প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
স্ব-ৰচিত এটি গৰ্বা গীত শ্বেয়াৰ কৰে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
15 OCT 2023 11:19AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৱৰাত্ৰিৰ পুৱাৰ ভাগত এক গৰ্বা শ্বেয়াৰ কৰে, যিটো তেওঁ যোৱা সপ্তাহত ৰচনা কৰিছিল।
গীতটিৰ সংগীত আৰু কণ্ঠ মিট ব্ৰাদাৰ্ছ আৰু দিব্যা কুমাৰৰ।
প্ৰধানমন্ত্ৰীয়ে এক্সত এইদৰে পোষ্ট কৰে;
"পৱিত্ৰ নৱৰাত্ৰিৰ শুভ ক্ষণত, যোৱা সপ্তাহত মই ৰচনা কৰা এটি গৰ্বা শ্বেয়াৰ কৰিবলৈ পাই মই আনন্দিত। উৎসৱৰ ৰঙেৰে সকলোকে আনন্দিত হ'বলৈ দিয়ক!
এই গৰ্বাত কণ্ঠ আৰু সংগীত দিয়াৰ বাবে মই @MeetBros দিব্যা কুমাৰক ধন্যবাদ জনাইছোঁ।
https://www.youtube.com/watch?v=0b9TSAvBVDw”
*************************
DS/ST/KG
(रिलीज़ आईडी: 1968034)
आगंतुक पटल : 142
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam