প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পুৰুষৰ ট্ৰেপ ব্যক্তিগত শ্বুটিং ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কাইনান ছিনাইৰ; প্ৰধানমন্ত্ৰীৰ উল্লাস প্ৰকাশ

Posted On: 01 OCT 2023 8:24PM by PIB Guwahati

এছিয়ান গেমছত পুৰুষৰ ট্ৰেপ ব্যক্তিগত শ্বুটিং ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইনান চিনাইক প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে আজি ‘এক্স’ত পোষ্ট কৰি লিখিছে - 

“@kynanchenai ৰ সফলতাত আনন্দিত। তেওঁ পুৰুষৰ ট্ৰেপ ব্যক্তিগত শ্বুটিং ইভেণ্টত ব্ৰঞ্জৰ পদক কঢ়িয়াই আনিছে। তেওঁ অসাধাৰণ দক্ষতা আৰু দৃঢ়তা প্ৰদৰ্শন কৰিছে। তেওঁৰ সফলতাই আগন্তুক বহু শ্বুটাৰক অনুপ্ৰাণিত কৰিব।” 

***

DS/ST/RD/BM



(Release ID: 1968023) Visitor Counter : 66