পোষ্ট কৰা হৈছে:
16 OCT 2023 9:05AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিউজিলেণ্ডৰ সাধাৰণৰ নিৰ্বাচনত ক্ৰিষ্টোফাৰ লাক্সনৰ দলৰ বিজয়ৰ বাবে তেওঁক অভিনন্দন জ্ঞাপন কৰে৷
টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;
“নিউজিলেণ্ডৰ সাধাৰণৰ নিৰ্বাচনত @chrisluxonmpৰ দলৰ বিজয়ৰ বাবে তেওঁক আন্তৰিক অভিনন্দন জনাইছো৷ ভাৰত-নিউজিলেণ্ডৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে একে কাম কৰিবলৈ মই আগ্ৰহী৷”
*********
DS/ST/DB/BM