প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
উত্তৰাখণ্ডৰ পাৰ্বতী কুণ্ড আৰু গুঞ্জিত সেনা, বি আৰ অ' আৰু আই টি বি পিৰ সমৰ্পিত কৰ্মীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ
प्रविष्टि तिथि:
12 OCT 2023 3:04PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ডৰ পাৰ্বতী কুণ্ড আৰু গুঞ্জিত সেনা, বি আৰ অ' আৰু আই টি বি পিৰ সমৰ্পিত কৰ্মীসকলৰ সৈতে বাৰ্তালাপ কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে তেওঁলোকৰ উৎসাহ আৰু নিষ্ঠাই সমগ্ৰ দেশক অনুপ্ৰাণিত কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে :
"পাৰ্বতী কুণ্ড আৰু গুঞ্জিত সেনা, বি আৰ অ' আৰু আই টি বি পিৰ সমৰ্পিত কৰ্মীসকলৰ সৈতে বাৰ্তালাপ কৰিলো। প্ৰত্যাহ্বানজনক পৰিস্থিতিত তেওঁলোকৰ অটল সেৱা সঁচাকৈয়ে প্ৰশংসনীয়। তেওঁলোকৰ উৎসাহ আৰু নিষ্ঠাই সমগ্ৰ দেশক অনুপ্ৰাণিত কৰে।"
***
DS/TS/HS/AT
(रिलीज़ आईडी: 1967075)
आगंतुक पटल : 116
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam