প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কম্পাউণ্ড আৰ্চাৰীত স্বৰ্ণ লাভৰ বাবে জ্যোতি সুৰেখা ভেন্নামক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

Posted On: 07 OCT 2023 8:33AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছৰ কম্পাউণ্ড আৰ্চাৰীত স্বৰ্ণ পদক জয়ৰ বাবে জ্যোতি সুৰেখা ভেন্নামক অভিনন্দন জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ

"ভাৰতৰ বাবে আন এক গৌৰৱৰ মুহূৰ্ত!

এছিয়ান গেমছৰ কম্পাউণ্ড আৰ্চাৰীত তৃতীয়টো স্বৰ্ণ পদক লাভৰ বাবে @VJSurekhaলৈ অভিনন্দন জ্ঞাপন কৰিলোঁ।

তেওঁৰ নিষ্ঠা আৰু দক্ষতাই ৰাষ্ট্ৰখনক গৌৰৱান্বিত কৰিছে।"

 

Another proud moment for India!

Congratulations to @VJSurekha for clinching her third Gold Medal at Asian Games in Compound Archery.

Her dedication and skill continue to make the nation proud. pic.twitter.com/QzEJyI7DcA

— Narendra Modi (@narendramodi) October 7, 2023

 

***

DS/SB/BM



(Release ID: 1966540) Visitor Counter : 69