প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে লালকিল্লাৰ ভাষণত ঘোষণা কৰা প্ৰতিশ্ৰুতিসমূহ পৰ্যালোচনাৰ বাবে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে
प्रविष्टि तिथि:
07 OCT 2023 2:20PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ ভাষণত কৰা ঘোষণাসমূহৰ পৰ্যালোচনাৰ বাবে আজি এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে।
স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে দৰিদ্ৰ আৰু মধ্যবিত্তীয় গৃহ নিৰ্মাণৰ বাবে সুলভ ঋণ নিশ্চিত কৰাৰ কথা উল্লেখ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে এই ঘোষণা কাৰ্যকৰী কৰাৰ দিশত প্ৰস্তুতিৰ পৰ্যালোচনা কৰে।
স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে ঘৰুৱা সৌৰশক্তি নিশ্চিত কৰাৰ কথা উল্লেখ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে এই আঁচনিখন কাৰ্যকৰী কৰাৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে।
***
DS/MS/BM
(रिलीज़ आईडी: 1965857)
आगंतुक पटल : 123
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam