প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰূপৰ পদক বিজয়ী মহিলা দবা দলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 07 OCT 2023 10:02PM by PIB Guwahati

হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে মহিলা দবা দলটোক অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰীয়ে এক্সত এইদৰে পোষ্ট কৰে;

"এছিয়ান গেমছত ৰূপৰ পদক বিজয়েৰে দেশলৈ ওভতি অহা আমাৰ মহিলা দবা দলটোক অভিনন্দন জনাইছোঁ। এই পদকটো তেওঁলোকৰ প্ৰতিভা আৰু সংকল্পৰ প্ৰমাণ।"

 

**************

 

KG/BM


(रिलीज़ आईडी: 1965823) आगंतुक पटल : 138
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam