প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে বায়ুসেনা দিৱসত বায়ু যোদ্ধা আৰু তেওঁলোকৰ পৰিয়ালক শুভকামনা জনায়

Posted On: 08 OCT 2023 9:52AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বায়ুসেনা দিৱস উপলক্ষে বায়ু যোদ্ধা আৰু তেওঁলোকৰ পৰিয়ালক শুভকামনা জনাইছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে:

"বায়ুসেনা দিৱসত সকলো বায়ু যোদ্ধা আৰু তেওঁলোকৰ পৰিয়ালক শুভকামনা। ভাৰত ভাৰতীয় বায়ুসেনাৰ বীৰত্ব, সংকল্প আৰু সমৰ্পণক লৈ গৌৰৱান্বিত। তেওঁলোকৰ উৎকৃষ্ট সেৱা আৰু বলিদানে আমাৰ আকাশ ক্ষেত্ৰৰ সুৰক্ষা সুনিশ্চিত কৰে।"

 

Best wishes to all air warriors and their families on Air Force Day. India is proud of the valour, commitment and dedication of the Indian Air Force. Their great service and sacrifice ensure our skies are safe. pic.twitter.com/HJ5coUq2eP

— Narendra Modi (@narendramodi) October 8, 2023

 

**********

 

 

DS/TS/GS/BM



(Release ID: 1965820) Visitor Counter : 73