প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান গেমছ ২০২২ত মহিলাৰ জেভলিন থ্ৰ’ ইভেণ্টত স্বৰ্ণ পদক লাভ কৰাৰ বাবে অনু ৰাণীক প্ৰধানমন্ত্ৰীয়ে অভিনন্দন জনাইছে

प्रविष्टि तिथि: 03 OCT 2023 10:05PM by PIB Guwahati

চীনৰ হাংঝৌত চলি থকা এছিয়ান গেমছ ২০২২ত মহিলাৰ জেভলিন থ্ৰ’ প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰাৰ বাবে অনু ৰাণীক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে টুইটাৰযোগে এই পোষ্ট কৰে, “এথলেটিকছত ভাৰতৰ আন এক সোণ।এছিয়ান গেমছত মহিলাৰ জেভেলিন থ্ৰ’ ইভেণ্টত অসাধাৰণ প্ৰদৰ্শনৰ বাবে অনুৰাণীক লৈ আমি অত্যন্ত গৌৰৱান্বিত। এই স্বৰ্ণ পদকে ভাৰতক গৌৰৱান্বিত কৰিছে। তেওঁ উচ্চ লক্ষ্য ৰাখি আমাক সকলোকে অনুপ্ৰাণিত কৰি যাওক!”

 

Another Gold in Athletics!

Extremely proud of @Annu_Javelin for her outstanding performance in the Women's Javelin event at the Asian Games.

This Gold Medal has made India proud. May she keep aiming high and inspiring us all! pic.twitter.com/dOLEDV6Ok3

— Narendra Modi (@narendramodi) October 3, 2023

 

***

DS/TS/MS/BM


(रिलीज़ आईडी: 1964533) आगंतुक पटल : 134
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam