প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পুৰুষৰ ৮৭ কেজি মল্লযুঁজত ব্ৰঞ্জৰ পদক লাভ কৰা সুনীল কুমাৰক লৈ উল্লাসিত প্ৰধানমন্ত্ৰী

Posted On: 04 OCT 2023 7:20PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত পুৰুষৰ ৮৭ কেজি মল্লযুঁজত ব্ৰঞ্জৰ পদক লাভৰ বাবে সুনীল কুমাৰক প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰে;

“পুৰুষৰ ৮৭ কেজি মল্লযুঁজত ব্ৰঞ্জৰ পদক জয়ৰ বাবে সুনীল কুমাৰক আন্তৰিক অভিনন্দন জনালোঁ! এয়া এক উল্লেখযোগ্য সাফল্য। তেওঁৰ আগন্তুক প্ৰচেষ্টাৰাজিৰ বাবে মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।”

***


DS/ST/SB
 



(Release ID: 1964482) Visitor Counter : 81