প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান গেমছত পুৰুষৰ ৮০০ মিটাৰত ৰূপৰ পদক অৰ্জন কৰা খেলুৱৈ মহম্মদ আফছাল পুলিকলাকাথক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

प्रविष्टि तिथि: 03 OCT 2023 9:59PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান গেমছত পুৰুষৰ ৮০০ মিটাৰ ইভেন্টত ৰূপৰ পদক লাভৰ বাবে ট্ৰেক আৰু ফিল্ড এথলীট মহম্মদ আফছাল পুলিকলাকাথক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ

"এছিয়ান গেমছত পুৰুষৰ ৮০০ মিটাৰ ইভেন্টত ৰূপৰ পদক লাভৰ বাবে মহম্মদ আফছাল পুলিকলাকাথক অভিনন্দন জনালোঁ।

তেওঁ কঠোৰ পৰিশ্ৰম আৰু প্ৰাণোচ্ছলতাৰ ফলশ্ৰুতিত এই সফলতা অৰ্জন কৰিছে। ভাৰত এই সফলতাত আনন্দিত আৰু ইয়াৰ উদযাপন কৰিছে। সুন্দৰ!"

***

DS/RT/SB


(रिलीज़ आईडी: 1964479) आगंतुक पटल : 136
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam