প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav g20-india-2023

প্ৰধানমন্ত্ৰীয়ে এছিয়ান গেমছত পুৰুষৰ জেভলিন ইভেণ্টত নীৰজ চোপ্ৰাই একেৰাহে দ্বিতীয়টো স্বৰ্ণ পদক জয় কৰাত অভিনন্দন জনায়

Posted On: 04 OCT 2023 7:26PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছ ২০২২ত পুৰুষৰ জেভলিন ইভেণ্টত একেৰাহে দ্বিতীয়বাৰৰ বাবে সোণৰ পদক লাভ কৰাৰ বাবে নীৰজ চোপ্ৰাক অভিনন্দন জ্ঞাপন কৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:

"এছিয়ান গেমছত নীৰজ চোপ্ৰাৰ বাবে জেভলিন থ্ৰ’ত একেৰাহে দ্বিতীয়বাৰৰ বাবে সোণ। এই ঐতিহাসিক কৃতিত্বৰ বাবে তেওঁক অভিনন্দন। এই দৰ্শনীয় বিজয় তেওঁৰ নিষ্ঠা আৰু বছৰ বছৰ ধৰি প্ৰশিক্ষণৰ ফল। তেওঁ সফলতাৰ নতুন উচ্চতা বৃদ্ধি কৰি যাওক। তেওঁক সকলো প্ৰকাৰৰ শুভেচ্ছা।”

 

Second Consecutive Gold in Javelin Throw for @Neeraj_chopra1 in the Asian Games. Congrats to him for this historic feat. This spectacular victory is the result of his dedication and years of training. May he keep scaling new heights of success. All the best to him. pic.twitter.com/imfeikGKUc

— Narendra Modi (@narendramodi) October 4, 2023

 

**********

 

DS/TS/GS/BM



(Release ID: 1964401) Visitor Counter : 95