প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘এছিয়ান গে’মছ’ত পুৰুষৰ ‘ট্ৰিপল জাম্প’ত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ‘এথলেট’ প্ৰবীণ চিত্ৰাক অভিনন্দন জনায়

Posted On: 03 OCT 2023 10:02PM by PIB Guwahati

‘এছিয়ান গে’মছ’ত পুৰুষৰ ‘ট্ৰিপল জাম্প প্ৰতিযোগিতা’ত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি খেলুৱৈ প্ৰবীণ চিত্ৰাক অভিনন্দন জ্ঞাপন কৰে। 

এই সন্দৰ্ভত তেওঁ ‘এক্স’ত কৰা ‘পোষ্ট’ত কয়: 

"এথলেটিক্স’ত আন এক উল্লেখযোগ্য সাফল্য!

পুৰুষৰ ‘ট্ৰিপল জাম্প ইভেণ্ট’ত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে @PraveenChithra1 লৈ বিশাল অভিনন্দন। 

আজিৰ এই উৎকৃষ্ট প্ৰদৰ্শনে আমাৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে।"

 

Another remarkable achievement in Athletics!
Huge congratulations to @PraveenChithra1 on winning the Bronze Medal in Men’s Triple Jump event.

This outstanding performance today has brought glory to our nation. pic.twitter.com/sLv3bC859R

— Narendra Modi (@narendramodi) October 3, 2023

 

***

DS/RT/KB



(Release ID: 1964003) Visitor Counter : 61