প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে এছিয়ান গেমছৰ লং জাম্পত ৰূপৰ পদক জয় কৰা শ্ৰীশংকৰ মূৰলীক অভিনন্দন জনায়

পোষ্ট কৰা হৈছে: 01 OCT 2023 8:38PM by PIB Guwahati

প্ৰধানমন্ত্ৰীয়ে হাংঝৌত চলি থকা এছিয়ান গেমছৰ লং জাম্পত ৰূপৰ পদক জয় কৰা শ্ৰীশংকৰ মূৰলীক অভিনন্দন জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে টুইটাৰত কয়,

“প্ৰতিভাৱান লং জাম্পাৰ শ্ৰীশংকৰ মূৰলীক এছিয়ান গেমছত ৰূপৰ পদক লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছো। তেওঁ সঁচাকৈয়ে আগন্তুক প্ৰজন্মৰ বাবে এক নিখুঁত আদৰ্শ দাঙি ধৰিছে!”

***

DS/TS/MS


(ৰিলিজ আই ডি : 1963392) অতিথি কক্ষ : 125