প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে এছিয়ান গেমছ ২০২২ ত ৫০ মিটাৰ ৰাইফল থ্ৰী পিত পুৰুষ দলৰ সোণৰ পদক অৰ্জনক উদযাপন কৰে
प्रविष्टि तिथि:
29 SEP 2023 10:09AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছ ২০২২ত অনুষ্ঠিত পুৰুষৰ ৫০ মিটাৰ ৰাইফল থ্ৰী পি দলৰ প্ৰতিযোগিতাত বিশ্ব অভিলেখ গঢ়ি স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে স্বপ্নিল কুছালে, ঐশ্বৰী প্ৰতাপ সিং টোমৰ আৰু অখিল শ্বেৰানক অভিনন্দন জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্স’ত কয় যে: "এক আশ্চৰ্যকৰ জয়, সন্মানীয় সোণ আৰু বিশ্ব অভিলেখ! এছিয়ান গেমছত পুৰুষৰ ৫০ মিটাৰ ৰাইফল থ্ৰী পি দলৰ প্ৰতিযোগিতাত বিজয়ী হোৱাৰ বাবে স্বপ্নিল কুছালে, ঐশ্বৰী প্ৰতাপ সিং টোমৰ আৰু অখিল শ্বেৰাণক অভিনন্দন জনাইছো। তেওঁলোকে ব্যতিক্ৰমী সংকল্প আৰু দলবদ্ধতা প্ৰদৰ্শন কৰিছে।"
(रिलीज़ आईडी: 1961950)
आगंतुक पटल : 133
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
Kannada
,
Tamil
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Telugu