প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে লতা মংগেশকাৰক জন্ম বাৰ্ষিকীত স্মৰণ কৰে

পোষ্ট কৰা হৈছে: 28 SEP 2023 9:39AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লতা মংগেশকাৰৰ জন্ম বাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

এটা এক্স-প’ষ্টত প্ৰধানমন্ত্ৰীয়ে কয়; “লতা দিদীক জন্ম বাৰ্ষিকীত স্মৰণ কৰিছো। ভাৰতীয় সংগীতলৈ তেওঁৰ অৱদান দশক দশক ধৰি বিস্তৃত, যিয়ে এক অতুলনীয় স্বাক্ষৰ ৰাখি থৈ গৈছে। তেওঁৰ হৃদয়স্পৰ্শী অভিনয়ে গভীৰ প্ৰভাৱ পেলাইছে আৰু আমাৰ সংস্কৃতিত তেওঁ সদায় বিশেষ স্থান লাভ কৰিব।”

*******

BM/MS


(ৰিলিজ আই ডি : 1961870) অতিথি কক্ষ : 141