প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মহিলাৰ ‘ছান্দা ৬০ কিলোগ্ৰাম শাখা’ৰ ‘ৱুচু’ত ৰূপৰ পদক জয় কৰাৰ বাবে ৰোশিবিনা দেৱী নাওৰেমক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
28 SEP 2023 11:03AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত মহিলাৰ ‘ছান্দা ৬০ কিলোগ্ৰাম শাখা’ৰ ‘ৱুচু’ত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে ৰোশিবিনা দেৱী নাওৰেমক প্ৰশংসা কৰে।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত কৰা ‘পোষ্ট’ত কয়;
"আমাৰ সমৰ্পিত আৰু প্ৰতিভাশালী ৰোশিবিনা দেৱী নাওৰেমে মহিলাৰ ‘ছান্দা ৬০ কিলোগ্ৰাম শাখা’ৰ ‘ৱুচু’ত ৰূপৰ পদক লাভ কৰিছে। তেওঁ অসাধাৰণ প্ৰতিভা আৰু উৎকৃষ্টতাৰ নিৰন্তৰতা প্ৰদৰ্শন কৰিছে। তেওঁৰ অনুশাসন আৰু সংকল্পও প্ৰশংসনীয়। তেওঁক অভিনন্দন জনাইছোঁ।"
*********
(ৰিলিজ আই ডি : 1961867)
অতিথি কক্ষ : 116
ত এই ৰিলিজটো পঢ়ক:
Gujarati
,
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Malayalam