প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান গেমছত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে ১০মিটাৰ এয়াৰ পিষ্টলৰ পুৰুষ দলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 25 SEP 2023 2:47PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছ, ২০২২ত ১০মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত ব্ৰঞ্জৰ পদক অৰ্জন কৰা পুৰুষ দলৰ নিখুঁততা আৰু দলীয় কামৰ প্ৰশংসা কৰে৷

প্ৰধানমন্ত্ৰীয়ে পদক অৰ্জনৰ ক্ষেত্ৰত আনিশ ভানৱালা, বিজয়বীৰ সিন্ধু আৰু আদৰ্শ সিঙৰ দৃঢ়তা আৰু সংকল্পৰ প্ৰশংসা কৰে৷

 

Impeccable performance by Aishwary Pratap Tomar! 🥉🇮🇳

In the intense battle, 10m Air Rifle finals at #AsianGames2022, Aishwary showcased remarkable skill and determination, securing a well-deserved bronze🌟🎯

Also, a special shoutout to @RudrankkshP, who played exceptionally… pic.twitter.com/KqdEUAAi9G

— SAI Media (@Media_SAI) September 25, 2023

 

*****

DS/SK/DB


(ৰিলিজ আই ডি : 1961641) অতিথি কক্ষ : 127