প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

হয়ছালাৰ পবিত্ৰ স্থাপত্যসমূহক ইউনেস্কোৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত কৰাত প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে

Posted On: 18 SEP 2023 9:19PM by PIB Guwahati

ইউনেস্কোৰ বিশ্ব ঐতিহ্য তালিকাত হয়ছালাৰ পবিত্ৰ স্থাপত্যসমূহক অন্তৰ্ভুক্ত কৰাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আনন্দ প্ৰকাশ কৰে। 

 

ইউনেস্কোৰ এটা পোষ্ট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে এক্সত এইদৰে উল্লেখ কৰে;

"ভাৰতৰ বাবে এয়া অতি গৌৰৱৰ মুহূৰ্ত! 

ইউনেস্কোৰ বিশ্ব ঐতিহ্য তালিকাত হয়ছালাৰ আকৰ্ষণীয় পবিত্ৰ স্থাপত্যবোৰ অন্তৰ্ভুক্ত কৰা হৈছে। হয়ছালা মন্দিৰসমূহৰ কালজয়ী সৌন্দৰ্য আৰু জটিল বিৱৰণ ভাৰতৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য আৰু আমাৰ পূৰ্বপুৰুষসকলৰ অসাধাৰণ কাৰুশিল্পৰ প্ৰমাণ।"

 

More pride for India!

The magnificent Sacred Ensembles of the Hoysalas have been inscribed on the @UNESCO World Heritage List. The timeless beauty and intricate details of the Hoysala temples are a testament to India's rich cultural heritage and the exceptional craftsmanship of… https://t.co/cOQ0pjGTjx

— Narendra Modi (@narendramodi) September 18, 2023

 

*************************

DS/TS/KG



(Release ID: 1958700) Visitor Counter : 91